জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
আজি ২১ নৱেম্বৰ, আঘোণ মাহৰ ৫ তাৰিখ
মেঘঃ মনৰ স্থিৰ ৰখাৰ দৰকাৰ হব। অনাহক হলেও মনবিৰোধী কথাত খং উঠিব পাৰে। ভবামতে কামত অগ্ৰসৰ হব। শুভ বর্ণ মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা-২ শুভ ৰং- মুগা
বৃষঃ চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাৱে ধন নাৰাখিব। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ বর্ণ গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰে আপোনৰ সফলতা আনিব। শুভ সংখ্যা ৪, শুভ ৰং-…
Read More...