নগৰবেৰাত কণ্টেইনাৰসহ ড্ৰাগছ পেডলাৰ আটক
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ নগৰবেৰাৰ ভখুৰাদিয়াত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।অভিযানত ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহ কাৰীৰ নাম ৰফিকুল হক, ৰফিকুলৰ ঘৰ ভখুৰাদিয়াত। সৰবৰাহকাৰী ৰফিকুলৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ।নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাবণ্য বড়োৰ নেতৃত্বত…
Read More...