ৰূপহীহাটৰ সোণাই-ছাইদৰীয়া পথৰ দুৰৱস্থা : ৰাইজৰ উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : ৰূপহীহাটৰ সোণাই-ছাইদৰীয়া পথত ৰাইজৰ উত্তাল প্ৰতিবাদ৷ ৰূপহীহাট সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে ৷ পথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈছে ৷ এজাক বৰষুণৰ ফলতে পথছোৱাত এক বোকাময় পৰিৱেশৰ সৃষ্টি হয় ৷ যোৱা বছৰত পথছোৱা মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও ঠিকাদাৰৰ মইমতালিৰ বাবে…
Read More...