শোণিতপুৰ জিলা দিৱসৰে সংগতি ৰাখি ঢেকীয়াজুলিৰ বিদ্যালয়ত ৰাইজৰ শ্ৰমদান
বিশেষ বাৰ্তা, ৫ আগষ্ট : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ নাৰী সবলীকৰণৰ একমাত্ৰ উচ্চ শৈক্ষিক অনুষ্ঠান ঢেকীয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অধীনত আজি শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সেই উপলক্ষে পুৱা ১০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় । ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ দেৱ…
Read More...