মৰিগাঁৱত নাবালিকা ধৰ্ষণকাৰী জেহিৰুলক পাঁচ বছৰৰ কাৰাদণ্ড
নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত নেলী দহোতিহাবী গাঁৱৰ জেহিৰুল ইছলাম (৪২) নামৰ এজন নাবালিকা ধৰ্ষণকাৰীক মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে আজি পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰি পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। প্ৰাপ্ত তথ্য মতে, জেহিৰুল ইছলাম নামৰ লোকজনে ছয় বছৰ পূৰ্বে অঞ্চলটোৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। এই…
Read More...