কলগাছিয়াৰ তাপেশ্বৰাত শিশুৰ সলিল সমাধি
🔹 পুখুৰীত পৰিল একেটা পৰিয়ালৰ তিনিগৰাকী শিশু
নিয়মীয়া বাৰ্তা, ২৭ জুলাই : কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত এক অঘটন সংঘটিত হয়। পুখুৰীৰ পানীত পৰিল একেটা পৰিয়ালৰ তিনিগৰাকী শিশু। ঘটনাত সাহাব উদ্দিনৰ কন্যা সুহানা পাৰবিন (৩)ৰ সলিল সমাধি ঘটে। জীৱন্তে উদ্ধাৰ কৰে শ্বৰিফুল ইছলামৰ পুত্ৰ শ্বাফিন আহমেদ (৩) আৰু শ্বাহানুৰ ইছলামৰ কন্যা ছাদিয়া খাতুন (৪)ক। ইতিমধ্যে পৰিয়ালৰ…
Read More...