ৰাহুল আহিলে প্রতিটো সমষ্টিতে ভোট বাঢ়িব বিজেপিৰ
🔹 ছোনিয়া পুত্রক তীব্র কটাক্ষ মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১১ এপ্রিল : অহা ১৭ এপ্রিলত কংগ্রেছ নেতা ৰাহুল গান্ধী নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব৷ যোৰহাট আৰু ডিব্রুগড়ত ৰাহুল গান্ধীয়ে কংগ্রেছ তথা বিৰোধী ঐক্যৰ প্রার্থী ক্রমে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ হৈ প্রচাৰ চলাব৷ কালি গহপুৰত ৰাহুল গান্ধীৰ অসম ভ্রমণ সম্পর্কত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত…
Read More...