মেদেৰটাৰীৰ শোকাৱহ লঞ্চ দুৰ্ঘটনাৰ ১২ বছৰ
🔹 দুখ-মিছা প্ৰতিশ্ৰুতিৰ এক জীয়া কাহিনী
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : ৩০ এপ্ৰিললৈ মাজত মাথোঁ কেইটিমান দিন। ধুবুৰী জিলাৰ ৰাইজৰ স্মৃতিত সদায় অভিশপ্ত বুলি থাকি যাব ২০১২ চনৰ সেই বিশেষ দিনটো। প্ৰায় ১২ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দুৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩টা মান…
Read More...