চৰাইদেউ চলাপথাৰত তিনিদিনীয়াকৈ ‘পয় লেং’ উৎসৱৰ আয়োজন
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 'পয় লেং' উৎসৱ অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলোৱা হৈছে। উল্লেখ্য যে চলাপথাৰ শ্যাম গাঁৱত বিগত বৰ্ষৰ ২৩ আগষ্টৰ নিশা ৯৮ বছৰ বয়সত বার্ধক্যজনিত কাৰণত নিৰ্বাণগামী হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ শৱদেহ গাঁওখনৰ নিয়মানুসৰি, পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে এটি…
Read More...