চিৰাঙৰ শ্বহীদ জোৱান লম্বোদৰ সিংহৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ কাকাৰাগাঁও ভাটিপাৰাত আজি এক শোকাকুল পৰিৱেশত চি আৰ পি এফৰ শ্বহীদ জোৱান লম্বোদৰ সিংহক বিদায় দিয়া হয়৷ উল্লেখ্য যে মঙলবাৰে ছত্তিশগড়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত চি আৰ পি এফৰ বি/১৫০ বেটেলিয়নৰ জোৱান কাকাৰাগাঁও ভাটিপাৰাৰ ৩৫ বছৰীয়া লম্বোধৰ সিংহ নামৰ জোৱানজন শ্বহীদ হয় ৷ কাকাৰাগাঁও ভাটিপাৰাৰ তুলেন সিংহ আৰু প্ৰয়াত ভদ্ৰাৱতী…
Read More...