নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন 

🔹 বিটিআৰ চুক্তিখনক সৰ্বশ্ৰেষ্ঠ আখ্যা দিছে ৰাইজে : প্ৰমোদ বড়ো ষ্টাফ ৰিপৰ্টাৰ, ২৭ জানুৱাৰী : ২০২০ চনৰ আজিৰ দিনটোতে সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আজি কোকৰাঝাৰত চতুৰ্থ বিটিআৰ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ…
Read More...

অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি

🔹 মূল তোৰণসহ ৩০খন তোৰণৰ চলিছে কাম নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : অহা ৩১ জানুৱাৰী, ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ…

ফকিৰগঞ্জত আচামীক কৰায়ত্ত কৰি আক্ৰমণৰ সন্মুখীন আৰক্ষীৰ দল

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী :  ২০১৪ বৰ্ষৰ এটি পুৰণি মাৰপিটৰ গোচৰৰ এজন অভিযুক্তক কৰায়ত্ত কৰি ওভতাৰ পথত ফকিৰগঞ্জ…

মৰিগাঁৱত কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী-দ্বিবাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ

বাৰ্তা বুৰো,  ২৭ জানুৱাৰী : মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি…

জামুগুৰিহাটৰ ‘কন্যকা’ কৃষিপামত নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

🔹 একাধিক কাৰ্যসূচীৰে নদুৱাৰ সমষ্টিত মুখ্যমন্ত্ৰী  🔹 ঘোচ-দালালহীনভাৱে ১ লাখ চাকৰি দিলোঁ, শীঘ্ৰেই আৰু ৩৫ হাজাৰক…

পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২৭ জানুৱাৰী : অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

বিটিআৰ চুক্তিৰ ৪ৰ্থ বৰ্ষ : পৰ্বতঝোৰা ইউপিপিএলৰ পদযাত্ৰা

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী :  বিটিআৰ চুক্তিৰ চতুৰ্থ বৰ্ষ উদযাপন উপলক্ষে আজি পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ…

বৰলুইতেৰে বাংলাদেশলৈ প্ৰেৰণৰ বাবে অনা ৯০ চেনিৰ বস্তা উদ্ধাৰ বিএছএফৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : আজি পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰা নামৰ…