অসমত বিজেপিৰ বাহিৰে আন দলৰ অস্তিত্ব নাই : মন্ত্ৰী পীয়ূষ হাজৰীকা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনত ৰাইজ আকৰ্ষিত হৈছে। তেনে আদৰ্শৰে অনুপ্ৰাণিত হৈ বাকী বিভিন্ন দলৰ নেতাসকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। সেইবাবেই বৰ্তমানে বিজেপিৰ প্ৰতি অন্য দলৰ নেতা কৰ্মীৰ আগমন ঘটিছে। আজি সাংবাদিকৰে হোৱা মুখামুখিত বহু ৰাজনৈতিক নেতাৰ লগতে অৰাজনৈতিক…
Read More...