ধুবুৰীত ব্ৰাহ্ম সমাজৰ পৱিত্র মাঘোৎসৱ উদযাপন
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ২৬ জানুৱাৰীৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ ব্ৰাহ্ম সমাজেও দিনজোৰা কাৰ্যসূচীৰে পৱিত্ৰ মাঘোৎসৱ উদযাপন কৰে। ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ধুবুৰী ব্ৰাহ্ম মন্দিৰত অনুষ্ঠিত হোৱা সেই কাৰ্যসূচীত দুপৰীয়া প্ৰসাদ বিতৰণ কৰাৰ পিছত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হয় বিশেষ উপাসনা…
Read More...