কঠীয়াতলী মনোহৰ গাঁও জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : কঠীয়াতলী মনোহৰ গাঁও জাতীয় বিদ্যালয়ে আজি ষষ্ঠ বৰ্ষত ভৰি দিয়া উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ প্ৰতিষ্ঠা দিৱস আনন্দ-উল্লাসেৰে উদযাপন কৰা হয়। শিশুৰ শৈক্ষিক, বৌদ্ধিক আৰু মানসিক বিকাশ সাধনৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনৰ আজিৰ দিনটোত কঠীয়াতলী মনোহৰ গাঁৱত স্থাপন কৰিছিল গাঁওখনৰ উদ্যোগী যুৱক কমলেশ্বৰ শইকীয়াই। বহু…
Read More...