ই-অফিচৰ কাঠামোৱে বিষয়াৰ দক্ষতা নিশ্চিত কৰিব : প্ৰমোদ বড়ো
বিটিচি সচিবালয়ত ই- অফিচ মেনেজমেণ্ট ব্যৱস্থা আৰম্ভ
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৫ জানুৱাৰী : বিটিচি সচিবালয়ত আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ই-অফিচ মেনেজমেন্ট ব্যৱস্থা আৰম্ভ কৰে ৷ বড়োই ই-অফিচ মেনেজমেণ্ট ব্যৱস্থা আৰম্ভ কৰি অসম চৰকাৰৰ পিছত এই ব্যৱস্থাটো গ্ৰহণ কৰা প্ৰথমখন ষষ্ঠ অনুসূচী পৰিষদ হিচাপে পৰিগণিত হোৱা বুলি সদৰি কৰে ৷ ই-অফিচৰ কাঠামোৱে কেৱল উন্নয়ন…
Read More...