ঢকুৱাখনা মহাবিদ্যালয়ত পৰম্পৰাগত খাদ্য-বস্ত্ৰ মেলা
🔹 বিধে বিধে জুতি লগা খাদ্য সম্ভাৰ
🔹 বিক্ৰেতাৰ ৰূপত এজাক ছাত্ৰ-ছাত্ৰী
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : উখল-মাখল উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ চৌহদত বহিছে এখন মেলা। প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ যৌথ উদ্যোগত মহাবিদ্যালয় চৌহদত পুৱা অনুষ্ঠিত কৰা হয় এই মেলা। মেলাখনত ভৰি পৰে বিধে…
Read More...