তেজপুৰত বায়ুসেনা বাহিনীৰ ছাউনীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : ১২ জানুৱাৰীৰ নিশা প্ৰায় ১০ বজাত তেজপুৰ শালনীবাৰীৰ বায়ুসেনা বাহিনীৰ বিমান বন্দৰৰ চৌহদত এডাল প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰে বিমান সুৰক্ষা বাহিনীৰ কৰ্মকৰ্তাসকলে। ইয়াৰ পিছতে সুৰক্ষা বাহিনীয়ে অসম আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোনযোগে খবৰ দিয়ে। খবৰৰ ভিত্তিত অসম আৰক্ষী নিয়ন্ত্ৰণ কক্ষই দেশৰ অগ্ৰণী প্ৰকৃতিকৰ্মী সৌৰভ বৰকটকীক অৱগত…
Read More...