জৰেগাঁও-হৰিগাঁৱত শিৱলিংগৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ
🔹 কাইলৈ উৰুকা : দাহ নকৰে শিৱলিংগৰ আৰ্হিত নিৰ্মিত ভেলাঘৰ
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী : প্ৰচণ্ড ঠাণ্ডাকো নেওচি সমাগত মাঘ বা ভোগালী বিহুক আদৰাৰ আয়োজন চলিছে নামনি অসমত । নামনি অসমৰ বিশেষকৈ কোচ ৰাজবংশী সমাজত চাউল চিৰা, ধান চিৰা, বিভিন্ন প্ৰকাৰৰ লাড়ু, পিঠা-পনাৰ উপৰি বৰ্ণি চাউল কলপাতত মেৰিয়াই সিজোৱা ভাত ইত্যাদি খাদ্য সামগ্ৰী প্ৰস্তুতত মনোনিৱেশ কৰিছে…
Read More...