শিৱসাগৰত আদালতৰ মজিয়াত এদল শিক্ষাৰ্থী
🔹 নিউ লুক একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : নতুন চিন্তা, নতুন উদ্যমেৰে আধুনিক শিক্ষাৰ সমান্তৰালকৈ সমাজ ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থাৰ লগতে সাহিত্য-সংস্কৃতিৰ দিশটোৰ প্ৰতিও অধিক গুৰুত্ব প্ৰদান কৰি অহা শিৱসাগৰ নিউ লুক একাডেমী নামৰ শিক্ষানুষ্ঠানখনে সকলোৰে মাজত উৎসুকতা বিৰাজ কৰি থকা দেশৰ ন্যায়িক ব্যৱস্থা কেনেদৰে পৰিচালিত হয়, সেয়া…
Read More...