বজালীত ‘গ্ৰীন মিছন’ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস পালন
🔹 ৰাজ্যৰ ১০০ গাঁৱক নিমগাঁও কৰাৰ সংকল্প আনন্দ খাটনিয়াৰৰ
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ক্ৰমাগতভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত বৃক্ষৰোপণৰ গুৰুত্ব দিনকদিনে বৃদ্ধি পাই আহিছে৷ কিন্তু কাৰ্যক্ষেত্ৰত যিমানখিনি হ'ব লাগিছিল, সিমানখিনি আজিও হৈ উঠা নাই৷ বহু সময়ত পৰিৱেশ সজাগতা কেৱল ভাষণতে সীমাবদ্ধ থকাৰ বিপৰীতে…
Read More...