চামগুৰিত জালনোটসহ দুজনক আটক
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : নগাঁৱৰ অপৰাধ শাখাৰ এটা আৰক্ষীৰ দলে আজি বিয়লি চামগুৰি থানাৰ অন্তৰ্গত ৰঙাগড়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জালনোটসহ দুজন লোকক আটক কৰাৰ লগতে এখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে নগাঁও জিলাৰ অপৰাধ শাখাৰ এটা আৰক্ষীৰ দলে আজি বিয়লি এক গোপন খবৰৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত…
Read More...