দক্ষিণ শালমাৰা-মানকাচৰত হিট এণ্ড ৰান আইন বাতিলৰ দাবীত প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো মটৰ পৰিবহণ সন্থাৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে। জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাজপথলৈ ওলাই আহিল বন্ধৰ সমৰ্থনকাৰী। কেন্দ্ৰীয় চৰকাৰৰ হিট এণ্ড ৰান আইন বাতিল কৰাৰ দাবীত মটৰ পৰিবহণ সন্থাৰ বন্ধত স্তব্ধ হৈ পৰিল দক্ষিণ শালমাৰা-মানকাচৰ জিলা ।
জিলাখনৰ দক্ষিণ শালমাৰাৰ…
Read More...