অভিশপ্ত বুধবাৰ : দেৰগাঁৱত হৃদয়বিদাৰক পথ দুৰ্ঘটনা
🔴নৱবৰ্ষৰ আনন্দৰ মাজতেই মৰ্মান্তিক ঘটনা
🔴একে পৰিয়ালৰ চাৰিজনসহ মুঠ ১২জন নিহত, আহত ৩০জন
🔴কমাৰবন্ধাৰ পৰা টিলিঙা মন্দিৰলৈ গৈ আছিল দলটো
🔴শাৰী শাৰী মৃতদেহ দেৰগাঁৱত, আত্মীয়-স্বজনৰ কান্দোনৰ ৰোল
দেৰগাঁৱৰ বালিজানৰ পৰা প্ৰণৱ চক্ৰৱৰ্ত্তী, ৩ জানুৱাৰী : নৱবৰ্ষক আদৰাৰ উখল মাখল পৰিৱেশৰ মাজতে আজি নৱবৰ্ষৰ তৃতীয়টো দিনৰ নিচেই পুৱা দেৰগাঁৱৰ বালিজান অঞ্চলৰ…
Read More...