ভূৰাগাঁৱৰ টেঙাগুৰি বজাৰত প্ৰশাসনৰ উচ্ছেদ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি বজাৰত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়। লোক নিৰ্মাণ বিভাগৰ নগাঁও-ভূৰাগাঁও পথৰ দুয়োকাষে অবৈধভাৱে দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় চলাই আছিল। আজি টেঙাগুৰি বজাৰৰ পথৰ দুয়োকাষে থকা প্ৰায় দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে প্ৰশাসনে। ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ…
Read More...