নৱবৰ্ষৰ পহিলা দিনত গুৱাহাটী উন্নয়নৰ ৰূপৰেখা প্ৰকাশ মুখ্যমন্ত্ৰীৰ
🟢২০ বছৰ আগতে কোনেও চিন্তা নকৰা কাম আমি কৰিব খুজিছো
🟢এয়াৰপৰ্টৰ পৰা নতুন টাৰ্মিনেলৰে ধাৰাপুৰলৈ ছয়লেনযুক্ত পথ
🟢গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰডলি হিচাপে গঢ়ি তোলাৰ লক্ষ্য
🟢দিছপুৰৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল
বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিৰ দিনটোত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক মেল এখন সম্বোধন কৰে।…
Read More...