অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ হ’ব ২০২৪ : অতুল বৰা
🔴বছৰৰ আৰম্ভণিতে উদ্যম-২০২৪ শীৰ্ষক বিশাল মেলা-প্ৰদৰ্শনী আয়োজন
🔴আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক আগবঢ়াই নিয়াৰ চেষ্টা
🔴১১ ফেব্ৰুৱাৰীত গুৱাহাটীত অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন
বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত অসম গণ পৰিষদৰ হৈ অসমৰ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে দলৰ সভাপতি তথা…
Read More...