নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

কৰিমগঞ্জত দুই বাংলাদেশী মহিলাক আটক

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : সেনা বাহিনীৰ চোৰাংচোৱা বিভাগৰ খবৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে অভিযান চলাই কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনৰ পৰা দুগৰাকী বাংলাদেশী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে। কলকাতাৰ সেনা বাহিনীৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে আগৰতলা-শিয়ালদা কাঞ্চনজংগা ৰে'লৰ পৰা এই দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । ধৃত মহিলা দুগৰাকী হৈছে বাংলাদেশৰ ঢাকাৰ…
Read More...

খৈৰাবাৰীৰ ঝাৰগাঁৱত খাদ্যৰ বিষক্ৰিয়াত অসুস্থ ৯গৰাকী

নিয়মীয়া বাৰ্তা,  ৩০ ডিচেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত ঝাৰগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ আজি ৯জন লোক…

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণহানি মহিলাৰ, শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : মাৰ্ঘেৰিটা ১নং মাকুম পথাৰ ভাৰত পেট্ৰ'ল পাম্পৰ সন্মুখত আজি পুৱা ৫.১৭ বজাত সংঘটিত এক…

জামুগুৰিহাটত দুৰ্বৃত্তই জ্বলালে ১২ ট্ৰেক্টৰ ধানখেৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : জামুগুৰিহাটৰ মৰিসুঁতি ১নং বাটমাৰী গাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । গাঁওখনৰ…

নাৰায়ণপুৰত অবৈধ অৰুণাচলী সুৰাসহ সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ দ্বাৰা ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলি…

অইলৰ অধীক্ষক অভিযন্তা কৰণজ্যোতি বৰুৱাৰ বিৰুদ্ধে চিবিআইৰ চাৰ্জশ্বীট

বাৰ্তা ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰঃ অইলৰ অধীক্ষক অভিযন্তা কৰণজ্যোতি বৰুৱাৰ বিৰুদ্ধে চি বি আইৰ চাৰ্জশ্বীট দাখিল কৰা…

ড্ৰাগছ ব্যৱসায়ীক খেদি খেদি আটক লখিমপুৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাত ড্ৰাগছ ব্যৱসায়ী, জালনোট, নকল সোণ, ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ…