ড্ৰাগছ ব্যৱসায়ীক খেদি খেদি আটক লখিমপুৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাত ড্ৰাগছ ব্যৱসায়ী, জালনোট, নকল সোণ, ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ বহুজনক ৰঙা ঘৰলৈ প্ৰক্ষেপ কৰাৰ পাছতো একাংশ ড্ৰাগছ ব্যৱসায়ী, নকল সোণৰ ব্যৱসায়ীয়ে যেন এইবোৰলৈ কোনো ভ্ৰূক্ষেপই কৰা নাই৷ লখিমপুৰ জিলাৰ লালুক চি আই দিপাংকৰ বৰা, লালুক থানাৰ অ চি হিৰকজ্যোতি লাহন, বঙালমৰা আৰক্ষী চকীৰ আই চি গৌৰৱ ভুমিজে…
Read More...