প্ৰেছ গীল্ড ঢকুৱাখনাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : দীৰ্ঘদিনীয়া অভাৱৰ অন্ত পেলাই বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ সাংবাদিক, সমাজকৰ্মীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ঢকুৱাখনাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আজি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই। এই উপলক্ষে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি আলোক চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দ্বাৰ…
Read More...