আই এ এছ বিষয়া অভিষেক জৈনৰ বিৰুদ্ধে মানসিক নির্যাতনৰ অভিযোগ
🔹 মানসিক চিকিৎসাৰ বাবে ছুটী বিচাৰি আবেদন ৰাজহ চক্র বিষয়াৰ
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : ৰাজ্যত এগৰাকী আই এ এছ বিষয়াৰ ধাৰাবাহিক মানসিক নির্যাতনৰ বাবেই এগৰাকী কনিষ্ঠ বিষয়াই অতিৰিক্তকৈ দহ দিনৰ ছুটী বিচাৰি আবেদন কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক। ঘটনাটো সংঘটিত হৈছে বি টি আৰৰ চিৰাং জিলাৰ বিজনী মহকুমাত। বিজনীৰ…
Read More...