ধুবুৰীৰ ভিন্ন প্ৰান্তত অবাধ বালি খননৰ অভিযোগ
🔹 বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্নচিহ্ন
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : ধুবুৰীৰ পাৰ্শ্বৱৰ্তী বিভিন্ন নৈপৰীয়া অঞ্চলকে ধৰি চহৰখনৰ নিকটৱৰ্তী একাংশ চৰাঞ্চলত চলিছে এতিয়া অবাধে বালি খনন। খৰালিত বৰলুইতৰ জলস্তৰ কমি সৃষ্টি হোৱা বিস্তীৰ্ণ বালিচৰৰ সুযোগ গ্ৰহণ কৰি একাংশ নামি পৰিছে বালিৰ অবৈধ ব্যৱসায়ত। বিগত ২/৩ মাহৰ পৰা পুৱা আৰু নিশাৰ ভাগত কেইটামান বিশেষ অঞ্চলৰ…
Read More...