আছুৰ নতুন সভাপতি উৎপল শর্মা-সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা
নিয়মীয়া বার্তা, ২৪ নৱেম্বৰ : আজি পুৱা পূর্ণাংগ ৰূপত গঠন হয় ছাত্র সংগঠনটোৰ নতুন কার্যনির্বাহ সমিতিখন৷ কালি মাজনিশাৰ পৰা আজি ধলপুৱালৈকে অনুষ্ঠিত ব্যাপক কৌতুহলপূর্ণ বিষয় বাছনি সভাখনত সদৌ অসম ছাত্র সন্থাৰ সভাপতিৰ দায়িত্ব উৎপল শর্মাক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব শংকৰজ্যোতি বৰুৱাক অর্পণ কৰা হয়৷ বিষয় বাছনি সভাখন সম্পূর্ণ ব্যতিক্রমী আৰু শান্তিপূর্ণ হোৱা…
Read More...