ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি সুৰাপায়ীৰ সংখ্যা
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ ৰাজ্যত বৃদ্ধি হৈছে সুৰাপায়ী লোকৰ সংখ্যা৷ আন পথেৰে নহ’লেও এইবাৰ সুৰাপানেৰেই অসমে আন এটা অভিলেখ গঢ়াৰ সম্ভাৱনা আছে৷ কিয়নো দুর্গাপূজাৰ পাছতে দীপাৱলীৰ যোৱা দুদিনত সুৰা বিক্রীৰে নিজৰেই পূর্বৰ ৰেকর্ড ভাঙিলে মহানগৰী গুৱাহাটীয়ে৷ দুটা নিশাত অকল গুৱাহাটী মহানগৰীতে বিক্রী হ’ল মুঠ ৬ কোটি ৮৩ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা৷ আবকাৰী বিভাগৰ…
Read More...