ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ কলিতালৈ উদয়ন বঁটা
🔴১৬ নৱেম্বৰত পাঠশালাত উদয়ন সংঘৰ সমন্বয়ৰ অনুষ্ঠান "উদয়ন সন্ধিয়া-২০২৩"
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ সোণালী জয়ন্তী অতিক্ৰম কৰা বজালীৰ অন্যতম সামাজিক, সাংস্কৃতিক, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘই প্ৰতিবছৰে পালন কৰি অহা সমন্বয়ৰ অনুষ্ঠান "উদয়ন সন্ধিয়া ২০২৩" অহা ১৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব৷ এই অনুষ্ঠান সন্দৰ্ভত আজি আবেলি…
Read More...