শিলচৰত কোচিং ক্লাছলৈ যোৱাৰ পথত দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ: শিলচৰত কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই দুখৰ ছাঁ পেলাইছে। শিলচৰৰ উপকণ্ঠ অঞ্চল বেৰেংগাত আজি পুৱা সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এজন কিশোৰে প্ৰাণ হেৰুৱাই। এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হয়। জানিব পৰা মতে,আজি পুৱা ভাই আৰু ভনীয়েক কোচিং ক্লাছলৈ যোৱাৰ পথত তীব্ৰ বেগত…
Read More...