নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

লাহৰীঘাটত দুৰ্ঘটনাত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত ভয়ংকৰ পথ দুৰ্ঘটনা। AS-21K-5125 নম্বৰৰ এখন তীব্ৰবেগী পালছাৰ বাইকে বৰছলাত পথৰ দাঁতিত থকা এটা পকা খুঁটাত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। পিছত বাইকসহ লোকজন ওচৰতে থকা খেতিপথাৰৰ পানীত ছিটিকি পৰে। ইফালে, স্থানীয় লোকে লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, ঘটনাস্থলীত বৰছলা…
Read More...

এছপি লীনা–এছআই আভালৈ সন্দেহৰ আঙুলি সুমিত্রা ৰাভাৰ

🔹 মৃত্যুত ৰহস্য আছে বাবে তদন্ত লেহেমীয়া হৈছে : জোনমণিৰ মাতৃ 🔹 ৫ মাহ পিছত ম’বাইল উদ্ধাৰক লৈও প্রশ্ন উত্থাপন ষ্টাফ…

চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় বিবাহত নিষেধাজ্ঞা

🔹 অনুমতিসাপেক্ষেহে কৰিব পাৰিব দ্বিতীয় বিবাহ বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে দ্বিতীয় বিবাহ…

বিৰোধী ঐক্যমঞ্চত থকাসমূহ একো একোটা ক্লাব : জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : সমগ্ৰ দেশৰ সমান্তৰালকৈ ৰাজ্যতো সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তৎপৰতা বৃদ্ধি…

ধুবুৰীত শাক-পাচলিৰ অস্বাভাৱিক দামবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ লোক

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : লক্ষ্মী পূজাৰ আগে আগে ধুবুৰীত শাক-পাচলিকে ধৰি পিঁয়াজৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে…