শিৱসাগৰত অবৈধ সুৰাৰ ঘাটিত নিশা ভয়াৱহ সংঘৰ্ষ
🔹 হাতে হাতে দা-ৰড লৈ সুৰাপায়ীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : শিৱসাগৰ জিলা আবকাৰী বিভাগৰ ৰহস্যজনক ভূমিকাৰ বাবেই জিলাখনৰ য'তে-ত'তে ৰঘুমলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰাৰ ঘাটিৰ বাবেই এতিয়া সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং বলিয়াঘাট বাৰেঘৰীয়া বনগাঁও অঞ্চলত যোৱানিশা প্ৰায় ১০ বজাত অবৈধ সুৰাৰ ঘাটিত সংঘটিত…
Read More...