বিলাসীপাৰাত তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত এজনৰ প্ৰাণহানি
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : বিলাসীপাৰাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ভষাণীগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । আজি পুৱা ১১ বজাত বিলাসীপাৰা অভিমুখী তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন পথচাৰী । জানিব পৰা মতে, পুৱা ১১ বজাত ভাষাণীগাঁৱৰ আলতাপ হুছেইনে (৬৪) নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বেলতলী-কোকৰাঝাৰ…
Read More...