চৰিত্ৰাভিনয় প্ৰতিযোগিতাত সুৱৰ্ণপ্ৰভা বিদ্যালয়ৰ ছাত্ৰীৰ দল ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৰাজ্যিক ভিত্তিত গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় চৰিত্ৰাভিনয় প্ৰতিযোগিতাত যোৰহাটৰ ন-আলি ঢেকিয়াজুলি সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী দলটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে…
Read More...