ডিব্ৰুগড়ত পুনৰ ভয়াৱহ গৰাখহনীয়া
বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ পুনৰ অশনি সংকেত ডিব্ৰুগড় চহৰবাসীলৈ। ডিব্ৰুগড়ত পুনৰ ভয়াৱহ গৰাখহনীয়া আৰম্ভ হৈছে। প্ৰায় ৩০ মিটাৰ ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকত জাহ গৈছে।কেৱল সেয়াই নহয়, ভালেকেইটা বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও সংশ্লিষ্ট বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। উজাগৰী নিশা কটাইছে স্থানীয় ৰাইজে। মথাউৰিৰ পাৰতে চপৰা-চপৰকৈ খহিছে নৈৰ গৰা। উটি-ভাহি গৈছে…
Read More...