মাৰ্ঘেৰিটাত বন্যহস্তীৰ তাণ্ডৱত লণ্ডভণ্ড বাসগৃহ
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত উলুপ গাঁৱত মঙলবাৰে পুৱতিনিশা প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি কৰে৷ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক বন কাৰ্য্যালয়ৰ কাষতে লাগি থকা ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা অকলশৰীয়া বনৰীয়া হাতীয়ে পুৱতিনিশা এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে৷ স্থানীয়…
Read More...