নিয়মীয়া বাৰ্তাৰ শিৱসাগৰৰ সাংবাদিক আশ্ৰফুৰ ৰহমানক সম্বৰ্ধনা সংগ্ৰামী সেনা অসমৰ
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আজিৰ পৰা পাঁচটা বছৰৰ পুৰ্বে কেইগৰাকীমান জাতিক ভালপোৱা ডেকাৰ সহযোগত গঠন হোৱা সংগ্ৰামী সেনা অসম নামৰ আগশাৰীৰ টোৱে বয়সৰ লেখেৰে পাঁচটা বছৰ স্পৰ্শ কৰিলে৷ মাত্ৰ পাঁচটা বছৰতেই অসমৰ প্ৰতিটো জাতীয় সমষ্যাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি অহা আগশাৰীৰ জাতীয় সংগঠনটোৰ ওপজা দিনটো আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত…
Read More...