মৰিগাঁৱত স্বচ্ছতা কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ
বাৰ্তা বুৰো, ১ অক্টোবৰঃ মৰিগাঁও নগৰত আজি চাফাই অভিযানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ১ তাৰিখ ১ ঘণ্টা স্বচ্ছতা কায্যসূচী শীৰ্ষক মৰিগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে আয়োজন কৰা এই কায্যসূচীত নগৰৰ কেইবাটাও স্থানত মন্ত্ৰীগৰাকীয়ে হাতত ঝাড়ু লৈ চাফাই অভিযানত অংশগ্ৰহণ কৰে। এই চাফাই অভিযানৰ পূৰ্বে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ অভিভাৱক…
Read More...