তিনিচুকীয়া জিলা দিৱসৰ দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে তিনিচুকীয়া জিলা দিৱস। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত স্বপ্নীল পালৰ উপস্থিতিত দ্বিতীয় সংখ্যক তিনিচুকীয়া জিলা দিৱসৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি জিলা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে। জিলা আয়ুক্তগৰাকীয়ে তিনিচুকীয়া…
Read More...