আভ্যন্তৰীণ জল পৰিবহণত সংযোজিত হ’ল ১০খন কাটামাৰাণ জাহাজ
🔹 মুখ্যমন্ত্রী ড০ শর্মাই ফ্লেগ অফেৰে কৰিলে উদ্বোধন
🔹 অত্যাধুনিক জাহাজসমূহে অসমৰ জলপথ পুনৰুজ্জীৱিত কৰি অর্থনৈতিক বিকাশ–নিয়োগ সৃষ্টি কৰিব : ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : অসমৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত ব্যাপক পট পৰিৱর্তনেৰে আজি একেলগে সংযোজিত হ’ল দহখনকৈ সুবিশাল কাটামাৰান জাহাজ৷ লগতে সংযোজন কৰা হৈছে তিনিখনকৈ টাগ বোট আৰু এখন অনুসন্ধান আৰু…
Read More...