ডিব্ৰুগড়ৰ পুঁজিপতি মৃগেন জালানক মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক 'জালান গ্ৰুপ অব ইণ্ডাষ্ট্ৰি'ৰ অন্যতম অংশীদাৰ তথা উদ্যোগপতি মৃগেন জালান গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যত স্বাভাৱিকতেই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা অনুসৰি ১.৩০ কোটি টকাৰ কৰ ফাকিৰ বাবেই মধ্য প্ৰদেশৰ ইন্দোৰৰ এখন বিশেষ আদালতে ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ৪০ হাজাৰ…
Read More...