গোলাপী স্বৰ্গত পৰিণত গোৱালপাৰাৰ উৰপদ বিল
বাৰ্তা ব্যুৰো, ২৬ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ আগিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰপদ বিল এতিয়া পৰিনত হৈছে গোলাপী স্বৰ্গলৈ। ঐতিহাসিক উৰপদ বিলক শীঘ্ৰে সংৰক্ষণ কৰাৰ কথা সামাজিক মাধ্যমত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা। মুখ্যমন্ত্ৰীৰ এই ঘোষনাত উৎফুল্লিত হৈছে গোৱালপাৰাবাসী। বছৰ বছৰ পৰ্ষটন বিভাগৰ চকুত নপৰা তথা অৱহেলিত ঐতিহাসিক উৰপদ…
Read More...