শিৱসাগৰত বোলবম ভক্ত কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ
নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ শিৱসাগৰৰ শিৱদললৈ বলবম ভক্ত কঢ়িয়াই অনা বাহনৰ পৰা নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত এটা দুষ্ট চক্ৰই পৌৰসভাৰ নাম লৈ নিশা বলপূৰ্বক ধন সংগ্ৰহ কৰাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৌৰসভাৰ ভেণ্ডৰ জনৈক বিতোপন নামৰ যুৱকজনৰ দ্বাৰা স্বাক্ষৰিত এখন উৱলি যোৱা পত্ৰ লৈ নিশা বোলবম ভক্ত কঢ়িয়াই অনা বাহনসমুহৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহ…
Read More...