২৫ আগষ্টত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০সংখ্যক কেবিনেট
বিশেষ বার্তা, ২৩ আগষ্টঃ অহা ২৫ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ দিছপুৰৰ উপৰি অসমৰ বিভিন্ন স্থানত হোৱা কেবিনেট বৈঠকত ইতিমধ্যে ১,৩০০টাৰো অধিক সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ উক্ত সিদ্ধান্তসমূহৰ কিমানসংখ্যক সিদ্ধান্ত চৰকাৰে ৰূপায়ণ কৰিলে তাৰ এটা হিচাপ দিয়াৰ প্রয়োজন আছে৷ সেয়েহে ড০ শর্মা চৰকাৰে সেইদিনাই…
Read More...