মৰিগাঁৱত শিক্ষা বিভাগৰ আৰোহণ আঁচনিৰ ব্যতিক্ৰমী অনুষ্ঠান
বাৰ্তা বুৰো, ২২ আগষ্টঃ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বদিশৰ বিকাশৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰা আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁৱৰ ১২১গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অতিথি হিচাপে নিজ কাৰ্যলয়লৈ আমন্ত্ৰণ জনাই জিলা আয়ুক্ত কাৰ্যালয় কিদৰে পৰিচালিত হয়, সেই বিষয়ে সম্যক অভিজ্ঞতা…
Read More...